হছৰত জয়পুৰীৰ স্মৰণীয় প্ৰেম পত্ৰখন

Website | + posts

By Team TJC | 17 September, 2020

হছৰত জয়পুৰী- বহুতো চিৰসেউজ গীত লিখি তেখেতে সমৃদ্ধ কৰি থৈ গৈছে ভাৰতীয় চিনেমাক। কিন্তু ব’ম্বেত এগৰাকী গীতিকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰাৰ তেওঁৰ যাত্ৰা সহজসাধ্য নাছিল। ১৯৪০ চনত হছৰত জয়পুৰীয়ে ব’ম্বেলৈ আহি এগৰাকী বাছ কণ্ডাক্টৰ হিচাপে জীৱন নিৰ্বাহ কৰিছিল। সেই সময়ত তেওঁ ভাগ লৈছিল চহৰত অনুষ্ঠিত কবিতাৰ কিছুমান মেহফিলত আৰু তাতেই এদিন ঘটনাক্ৰমে লগ পাইছিল থিয়েটাৰ তথা চিনেমা জগতৰ এগৰাকী বৰেণ্য অভিনেতা পৃথ্বিৰাজ কাপুৰক। পৃথ্বিৰাজ কাপুৰে জয়পুৰীৰ সৈতে কথা পতাৰ পিছত তেওঁৰ পুত্ৰ ৰাজ কাপুৰক লগ ধৰিবলৈ পৰামৰ্শ দিলে। ৰাজ কাপুৰে সেই সময়ত ‘বৰসাত’ চিনেমাখন নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল। এই ছবিখনৰ বাবে জয়পুৰীয়ে তেওঁৰ প্ৰথমটো গান লিখিছিল, যিটো ৰেক’ৰ্ড হৈছিল। গানটো আছিল- “জিয়া বেকাৰাৰ হে…”।

হছৰত জয়পুৰীয়ে পূৰ্বতে তেওঁৰ ওচৰ-চুবুৰীয়া ৰাধা নামৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছিল। ৰাধাৰ প্ৰতি আছিল তেওঁৰ নিভাঁজ ভালপোৱা। কিন্তু ৰাধাই কৈছিল যে- যদিহে জয়পুৰীয়ে তেওঁক সঁচাকৈয়ে ভাল পায়, তেন্তে তেওঁ নিজকে ভালদৰে প্ৰতিষ্ঠা কৰক। ৰাধাৰ এই কথাখিনিয়ে তেওঁৰ হৃদয় চুই গ’ল আৰু তাৰপাছতে তেওঁ ৰে’লত উঠি মায়ানগৰী ব’ম্বেলৈ গুচি আহিছিল। জয়পুৰীয়ে নিজেই কোৱামতে- কবিতা লিখাৰ প্ৰেৰণা তেওঁ নিজৰ ককাকৰপৰা পাইছিল, কিন্তু ৰাধাৰ প্ৰতি থকা প্ৰেমৰ গভীৰতাই শিকাইছিল কবিতাৰ গভীৰতা। ৰাধাক নিজৰ মনৰ কথাবোৰ জনাবলৈ তেওঁ পূৰ্বতে এটা কবিতাৰে এখন চিঠি লিখিছিল। কিন্তু প্ৰেম পত্ৰখন ৰাধাই পালেনে নাই, সেয়া জয়পুৰীয়ে গমেই নাপালে। পিছলৈ ৰাজ কাপুৰে কবিতাটো পঢ়ি ভাল লগাত তেওঁৰ বিখ্যাত চিনেমা ‘সংগম’ (১৯৬৪)ত সেয়া গীত হিচাপে ব্যৱহাৰ কৰিলে। শংকৰ-জয়কিষাণে সংগীত দিয়া এই বিশেষ গীতটোত কণ্ঠদান কৰিছিল মহম্মদ ৰফী আৰু লতা মংগেশকাৰে। সেই ক্লাছিক গীতটিয়ে- “য়ে মেৰা প্ৰেম পত্ৰ পঢ়কৰ কে তুম নাৰাজ না হোনা…”। উল্লেখযোগ্য যে- ‘সংগম’ ইউৰোপত চিত্ৰগ্ৰহণ কৰা প্ৰথমখন ভাৰতীয় চিনেমা।

https://www.youtube.com/watch?v=PuaFmVz3dr8

ছবিখনত বৈজয়ন্তীমালাই ৰূপায়ণ কৰা নায়িকাৰ চৰিত্ৰটোৰো নাম ৰখা হৈছিল ‘ৰাধা’। প্ৰেয়সী ৰাধাৰ লগত মিলন নহ’লেও এনেকৈয়ে প্ৰেমৰ স্মৃতিৰে নিগৰি অহা হছৰত জয়পুৰীৰ এই গীতটো ভাৰতীয় চিনেমাৰ ইতিহাসত স্মৰণীয় হৈ আছে।

More on this topic

квартира в лимассоле купить

Rated 3 out of 5
September 24, 2023

Не упустите шанс купить лучшую квартиру в Лимассоле!

квартира в лимассоле кипр https://kvartira-v-limassole.ru.

kvartira_kbml

клинкерная плитка цена

Rated 1 out of 5
September 24, 2023

Широкий выбор клинкерной плитки и низкая цена

клинкерная фасадная плитка под кирпич https://klinkerprom11.ru/.

klinkernay_fsPi

бурение и ремонт скважин

Rated 3 out of 5
September 22, 2023

Лучшие инженеры для бурения и ремонта скважин

бурение и ремонт скважин https://voda-narodu11.ru.

burenie_aoKi

морские прогулки сочи

Rated 4 out of 5
September 22, 2023

Наслаждайтесь морскими прогулками в Сочи!

прогулка на яхте в сочи цена https://www.morskie-progulki-sochi.ru.

morskie_ywmi

Продажа спортивного инвентаря - широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей.

Rated 4 out of 5
September 17, 2023

Купить спортивный инвентарь – только в нашем магазине вы найдете качественную продукцию. Быстрей всего сделать заказ на магазин спортивного инвентаря можно только у нас!

продажа спортинвентаря

продажа спортивного инвентаря – http://www.sportinventar-moscow.ru

http://www.undercovernyc.com/?URL=sportinventar-moscow.ru

Магазин спортивного инвентаря – широкий выбор спортивных инвентарей для футбола, баскетбола, тенниса, бега, фитнеса и многих других видов активностей. b529567

Godanaunons

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

Noi: The Journey Within

Taking a nonlinear narrative approach, the Director Reema Borah creates an obscured layer, for the audience to connect the dots. When the...

From 1952 Till Present, The Journey Of International Film Festival Of India (IFFI) At A Glance

What started in 1952, with participation of 23 countries and with over 200 films’ entries has quadrupled to a whopping 1000 entries...

ভোঁসলে: য’ত মনোজ বাজপেয়ীৰ একোটা উশাহেও সংলাপৰ দৰেই কথা কয়

অৱসৰপ্ৰাপ্ত অকলশৰীয়া জীৱন, প্ৰব্ৰজিত লোকৰ বেদনা আৰু প্ৰান্তীয় ৰাজনীতিৰ এটা ক'লা অধ্যায়ৰ কৰুণগাঁথাই হ'ল- ভোঁসলে By Team TJC |...