পুলক গগৈ: স্মৃতি সুঁৱৰি

Dr. Pranjal Medhi
Works at Muscat, Sultanate of Oman | + posts

এগৰাকী প্ৰতিষ্ঠিত আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ ডাঙৰীয়া যোৱা ১২ নৱেম্বৰৰ দিনা আমাৰ মাজৰপৰা আঁতৰি যায়। অসমীয়া কলাশিল্প আৰু চলচ্চিত্ৰ জগতলৈ তেখেতৰ অৱদান অতুলনীয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্তিৰেও তেখেতে অসমীয়া চলচ্চিত্ৰ জগতক গৌৰৱান্বিত কৰি থৈ গৈছে। বিভিন্ন সমাজ সচেতনমূলক আৰু সংবেদনশীল বিষয়বস্তুৰ ভিত্তিত চলচিত্ৰ নিৰ্মাণ কৰা পুলক গগৈয়ে কলাত্মক দৃষ্টিভংগীৰ বাবে সাংস্কৃতিক জগতত এক সুকীয়া স্থান অধিকাৰ কৰি থৈ গৈছে। 

১৯৩৮ চনৰ ২ অক্টোবৰত যোৰহাটত জন্মগ্ৰহণ কৰা পুলক গগৈ আছিল অসমৰ চিনেমা জগতৰ এক উল্লেযোগ্য নাম। পিতৃ সোণেশ্বৰ গগৈ আছিল এজন চাৰুশিল্পী আৰু ৰেকৰ্ডিং নাটৰ শিল্পী। পুলক গগৈদেৱৰ মতে তেখেতেৰ মাতৃ সুগায়িকা গুণবালা গগৈ আছিল অসমৰ প্ৰথমগৰাকী গায়িকা যাৰ গ্ৰাম’ফোন ৰেকৰ্ড মুক্তি পায়। শৈশৱৰেপৰা চিত্ৰকলাৰ প্ৰতি আকৃষ্ট হোৱা পুলক গগৈয়ে অষ্টম শ্ৰেণীত থাকোঁতেই ট্ৰিবিউন গোষ্ঠীৰদ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত প্রথম স্থান অধিকাৰ কৰিছিল।

চিনেমা পৰিচালক আৰু চিত্ৰ শিল্পীৰূপে বিখ্যাত হ’লেও পুলক গগৈৰ আন এটা পৰিচয় হৈছে অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে। ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ ইচ্ছা থকা পুলক গগৈক তেখেতৰ অগ্ৰজ আৰু গুৰু, স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ কথাই প্ৰভাৱিত কৰিছিল। মালিক ছাৰে পুলক গগৈক মুম্বাইৰ JJ School of Artsত পঢ়িবলৈ যোৱাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে তাৰ প্ৰপত্ৰ আদিও অনাই দিছিল। এয়া আছিল পুলক গগৈয়ে IA পঢ়ি থকা সময়ৰ কথা। মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টত চাৰি বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰি তিনি বছৰ পাছতে ১৯৬১ চনত তেখেত অসমলৈ উভতি আহে। মুম্বাইত থাকোঁতেই তেখেতে লগ পাইছিল বিশ্ববিখ্যাত কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণক। হয়তো লক্ষ্মণৰপৰাই তেখেতে কাৰ্টুনিষ্ট হোৱাৰ অনুপ্ৰেৰণা লাভ কৰে। ইয়াৰ পাছত তেখেতে জনসংযোগ বিভাগত আৰ্টিষ্ট হিচাপে যোগদান কৰে। এই বিভাগত এবছৰ কাম কৰি তেখেতে আছাম ট্ৰিবিউন কাকতখনত যোগদান কৰে কাৰ্টুনিষ্ট হিচাপে। বিভিন্ন ৰাজনৈতিক কাৰ্টুনেৰে তেখেতে ৰাইজৰ মাজত ৰাজনৈতিক চেতনা জাগ্ৰত কৰাৰ চেষ্টা চলায়। তেখেতে উল্লেখ কৰা মতে এই কামৰ বাবে তেখেতে যথেষ্ট পঢ়া-শুনা কৰিবলগীয়া হৈছিল। ইয়াত থাকোঁতেই তেখেতে পৰমবীৰ চক্ৰ সন্মান লাভ কৰা সৈনিক শ্বহীদ আব্দুল হামিদৰ কাহিনীৰে এখন চিত্ৰ কাহিনী ১৯৬৬ চনত প্ৰকাশ কৰে, যাৰ নাম আছিল “পৰমবীৰ হামিদ”। আছাম ট্ৰিবিউনৰ কামত সীমাবদ্ধ হৈ থাকিব নুখুজি তেখেতে পত্নী সন্তানসহ কলিকতালৈ গুচি আহে, য’ত তেখেতে লগ পায় সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক। সেই সময়ত ভূপেন হাজৰিকাদেৱ আছিল “আমাৰ প্ৰতিনিধি” নামৰ মাহেকীয়া আলোচনীখনৰ সম্পাদক। হাজৰিকাদেৱে পুলক গগৈক আলোচনীখনৰ সহকাৰী সম্পাদক হিচাপে নিযুক্তি দিয়ে। কলিকতাৰপৰাই তেখেতে প্ৰথমখন অসমীয়া কাৰ্টুন আলোচনী “কাৰ্টুন” প্ৰকাশ কৰে। ১৯৭২ চনত International Monitery Fund-এ আমেৰিকাত আয়োজন কৰা এখন চিত্ৰ প্ৰদৰ্শনীলৈও তেখেতে আমন্ত্ৰণ লাভ কৰে আৰু অংশগ্ৰহণ কৰে। তেখেতৰ বহুমুখী প্ৰতিভাৰ উমান পায়ে ভূপেন হাজৰিকাদেৱে তেখেতক চিনেমা নিৰ্মাণৰ বাবে উৎসাহিত কৰে। গগৈদেৱে কাহিনীক লৈ অলপ দোধোৰ-মোধোৰত পৰাত ভূপেন হাজৰিকাদেৱে তেখেতক উপদেশ দিয়ে যে তেখেতে নিজৰ “আশ্ৰয়” নামৰ গল্পটিকে আধাৰ কৰি এখন স্ক্ৰিপ্ট লিখিব পাৰে দেখোন। তাকেই সাৰোগত কৰি পুলক গগৈদেৱে তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ “খোজ” নিৰ্মাণ কৰিবলৈ প্রথম খোজ আগবঢ়ায় ১৯৭৪ চনত। নিজৰ সময়তকৈ আগত (Ahead of its time) নিৰ্মিত এই খোজ ছবিখনে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এক নতুন দিগন্তৰ সূচনা কৰে। চলচ্চিত্ৰ পৰিচালনা আৰু নিৰ্মাণৰ আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও নিজৰ সৃষ্টিশীলতাৰ জোৰতে গগৈদেৱে এখন অতি সুন্দৰ কলাত্মক চিনেমা অসমৰ ৰাইজক উপহাৰ দিয়ে। নিজে এজন চাৰুকলা শিল্পী হোৱাৰ কাৰণেই হয়তো, ছবিখনৰ প্ৰতিটো ফ্ৰেমেই আছিল এখন পেইণ্টিংসদৃশ। তদুপৰি ছবিখনৰ সংগীত আছিল অত্যন্ত জনপ্ৰিয় আৰু সুন্দৰ। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত “চিনাকি মোৰ মনৰ মানুহ”, “জিলমিলীয়া কোমল বালি” আদি গীত আজিও অসমৰ ৰাইজৰ মুখে মুখে। বাণিজ্যিকভাৱে সফল নহ’লেও এখন সুন্দৰ কলাত্মক ছবি হিচাপে “খোজ” সদায় দৰ্শকৰ মনত ৰ’ব।

ইয়াৰ পিছত গগৈদেৱে আন কেইবাখনো অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। কলাত্মক ছবি নিৰ্মাণৰ উপৰি তেখেতে বাণিজ্যিক দিশত সফল হ’ব পৰাকৈ জনপ্ৰিয় ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ উঠিছিল। ‘সেন্দুৰ’ ছবিখনৰ বাণিজ্যিক সফলতাৰ পাছত তেখেতে ‘সূৰুয’ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে, যাক অসমীয়া বাণিজ্যিক চলচ্চিত্ৰৰ এক উল্লেখযোগ্য দিশ বুলি অভিহিত কৰিব পৰা যায়। ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া, বাহাৰুল ইছলাম আদি বলিষ্ঠ অভিনেতাকলৈ এখন সুন্দৰ এক্সন ছবি মুক্তি নিৰ্মাণেৰে তেখেতে দৰ্শকৰ সমাদৰ লাভ কৰে। যুৱপ্ৰজন্মৰ বাবে সূৰুয ছবিখন এখন Cult ছবি আছিল বুলিও বহুতেই মন্তব্য কৰে। অভিনেতাসকলৰ সাজ-পোছাক, কেশবিন্যাস আদিক তেতিয়াৰ যুৱপ্ৰজন্মই অনুকৰণ কৰা বুলিও বহুতে জনায়। 

তেখেতৰ ছবিৰ বিষয়বস্তু, কাহিনীৰ নিৰ্বাচন অত্যন্ত সংবেদনশীল আছিল, সেয়া লাগিলে খোজেই হওক বা শ্ৰীমতী মহিমাময়ীয়েই হওক অথবা সেন্দুৰেই হওক। সমাজত সেই সময়ত নাৰীৰ প্ৰতি হোৱা ভেদভাৱৰ পটভূমিত নিৰ্মিত হৈছিল ‘খোজ’। ইয়াৰ পাছত এগৰাকী অবিবাহিত মাতৃৰ গৰ্ভৰ পৰা জন্ম পোৱা এগৰাকী পুত্ৰীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ ভিত্তিত নিৰ্মিত হৈছিল ১৯৭৮ চনত মুক্তি লাভ কৰা শ্ৰীমতী মহীমাময়ী। নিবনুৱা অসমীয়া যুৱপ্ৰজন্মই কেনেকৈ চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এক কৃষি বিপ্লৱ আনিব পাৰে, তাৰেই পটভূমিত নিৰ্মিত হয় “সাদৰী” ১৯৮৩ চনত। ইয়াৰ পিছত ১৯৮৪ চনত মুক্তি লাভ কৰা “সেন্দুৰ” ছবিখনৰ পটভূমি আছিল অসমৰ গ্ৰামাঞ্চলত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস আৰু বিদ্যা ৰাৱে। ১৯৮৫ চনত নিৰ্মিত “সূৰুয” ছবিখনে যথেষ্ট বাণিজ্যিক সফলতা লাভ কৰে। ১৯৯৩ চনৰ “ৰে’লৰ আলিৰ দুবৰি বন” ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰ পাছত পুনৰ এখন বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ অসমৰ ৰাইজক উপহাৰ দিয়ে ১৯৯৯ চনত, যাৰ নাম আছিল “মৰম নদীৰ গাভৰু ঘাট”। জয়ন্ত ভাগৱতী, গীতাৱলী ৰাজকুমাৰী, পাকিজা বেগম আদি অভিনীত ২০০৩ চনত মুক্তি লাভ কৰা “পত্নী” ছবিখনে অসম ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ বঁটা লাভ কৰে। 

সোণত সুৱগা চৰাই ২০১৪ চনত তেখেতে নিৰ্মাণ কৰা “মমতাজ” ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। মমতাজ ছবিখনৰ কাহিনী আছিল ছৈয়দ আব্দুল মালিকৰ এটা গল্পৰ ওপৰত আধাৰিত। পূৰ্ণদৈৰ্ঘ্যৰ চলচিত্ৰৰ উপৰিও বহুকেইখন চুটি ছবি আৰু তথ্যচিত্ৰ তেখেতে নিৰ্মাণ কৰে। চিত্ৰশিল্পী, চলচিত্ৰ পৰিচালক হোৱাৰ উপৰি তেখেত আছিল এগৰাকী লেখক। ১৯৮৬ চনত প্ৰকাশিত উপন্যাস “হৈমন্তিকা”ৰ উপৰি তেখেতৰ আত্মজীৱনী “পুলকে কৈছে পুলকৰ কথা” ই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কেৱল ৰং-তুলিকাৰ মাজতে আবদ্ধ হৈ নোৰোৱা এইগৰাকী শিল্পীৰ প্ৰয়াণে অসমীয়া চলচ্চিত্ৰ জগতৰ এক অপুৰণীয় ক্ষতি কৰিলে। তেখেতৰ পেইণ্টিংসমূহ আছিল বিভিন্ন বিষয় প্ৰতিফলিত কৰা দৃষ্টিনন্দন উপস্থাপন। তেখেতৰ বাচকবনিয়া ছবিসমূহৰ উচ্চ মানৰ এই কথাৰপৰাই অনুমান কৰিব পাৰি যে, তেখেতৰ পেইণ্টিং লতা মংগেশকাৰৰ দৰে মহান শিল্পীয়েও ক্ৰয় কৰিছিল। ৮৪ বছৰ বয়সতো মৃত্যু পৰ্য্যন্ত নিজকে সৃষ্টিশীলতাৰ মাজত ব্যস্ত ৰখা এইজন প্ৰতিভাবান শিল্পীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

More on this topic

Промокод 1xbet

Rated 4 out of 5
April 24, 2024

Первый шаг к увеличению бонуса при регистрации или совершении ставок. Текущий промокод 1xbet на сегодня — 1x_109745. На вкладке «Регистрация» у вас есть выбор: бонус в ставках на спорт и бесплатная ставка в казино.

Чтобы получить

Промокод 1хбет, вы должны стать активным игроком. Для этого вам необходимо зарегистрироваться и пополнить свой счет. Бонус на депозит предоставляется бесплатно всем новым игрокам согласно акции.

Для регистрации необходимо найти актуальное на сегодня зеркало и ввести сегодняшний промокод 1x_109745. Вы можете зарегистрироваться в один клик – по электронной почте, номеру телефона или в социальных сетях. Сети. Далее заполните форму в личном кабинете. Обратите особое внимание на обязательные поля под звездочкой. Если вы заполните его правильно, вы получите сообщение «Данные успешно сохранены». Бонус становится доступен после первого пополнения игрового счета одним из способов из блока пополнения.

Бонусы 1xbet можно получить в рублях, долларах и евро, в зависимости от того, из какой вы страны. Каждый пользователь, который зарегистрируется на официальном сайте и воспользуется промокодом, получит бонусы от букмекерской конторы 1xbet.

Размер бонуса по промокоду конторы 1xBet будет равен 100% от суммы первого депозита от 100 до 6500 рублей. Вы можете использовать промокод дня 1xbet только один раз; Вы получите бонусные деньги сразу после пополнения баланса. Этот бонус необходимо отыграть в течение месяца. Оборот должен превышать сумму, зачисленную на бонусный счет, в 5 раз. Делайте экспресс-ставки на 3 исхода с коэффициентом выше 1,4. На 1xbet вы можете делать ставки на спортивные события, использовать прогнозы капперов, чтобы получить максимальные условия, используйте наш промокод при регистрации 1xbet — 1x_109745.

Промокод 1хбет

1x_109745

Ботокс

Rated 3 out of 5
April 24, 2024

Мифы и правда о ботоксе

ботокс для мимических морщин отзывы http://www.b-tox.store .

LeonardtUg

Сервис Инфинити

Rated 1 out of 5
April 23, 2024

Подбор по отзывам.

Какие услуги предлагает сервис Инфинити?

Сервис Инфинити в Москве https://infiniti-remont-2.ru/ .

Servis_rpmn

FREE fast ranks for thejollywoodcafe.com

Rated 4 out of 5
April 23, 2024

Hi there

Just checked your thejollywoodcafe.com baclink profile, I noticed a moderate percentage of toxic links pointing to your website

We will investigate each link for its toxicity and perform a professional clean up for you free of charge.

Start recovering your ranks today:

https://www.hilkom-digital.de/professional-linksprofile-clean-up-service/

Regards

Mike Faber

Hilkom Digital SEO Experts

https://www.hilkom-digital.de/

Mike Faber

Промокоды 1WIN

Rated 3 out of 5
April 23, 2024

Букмекерская контора 1win – одна из самых популярных площадок, где пользователи могут делать ставки, играть, делать ставки и т. д. Для привлечения новой аудитории данная букмекерская контора предлагает новичкам отличный бонус – возможность получить до 200 000 бонусов за 4 депозита. И для этого покупателям даже не нужно вводить промокоды. Вам просто нужно зарегистрироваться в этом сервисе.

Промокод 1Win 2024: m1WIN2024 — это уникальный код, который необходимо указать при регистрации для получения бонуса 500% до 75 000 рублей. Это предложение доступно только новым игрокам, которые могут претендовать на приветственный бонус 1Win.

Для постоянных клиентов букмекерская контора постоянно выпускает новые промокоды 1win, ведь с этими бонусами клиентам гораздо приятнее пользоваться услугами этой букмекерской конторы. Промокод – это уникальный набор букв и цифр, активация которого позволяет человеку получить бонус. В этом обзоре мы расскажем, где взять новые промокоды 1win и как их активировать для получения бонусов.

Актуальный промокод 1Win 2024 вы можете найти на различных страницах с информацией о бонусах в букмекерских конторах. Продажи также осуществляются через партнеров компании. Лучшее место для поиска купонов – Telegram-канал букмекерской конторы. Новые ваучеры появляются там каждый день. 1Win может отправить промокод индивидуально уже зарегистрированному клиенту. Например, по случаю годовщины регистрации или просто дня рождения клиента.

С промокодом 1WIN новые игроки могут значительно увеличить сумму своего первого и последующих депозитов. Полученные бонусы можно использовать в игре и в случае успеха перевести на свой электронный кошелек. Максимальная сумма бонуса – 75 000 рублей.

Отдельной вкладки для проверки комбинаций нет. Если введено правильно, система активирует бонусное предложение. Во вкладке «Ваучер» в личном кабинете появится сообщение при вводе промокода 1Vin. Отсюда вы сможете увидеть, правильно ли была введена комбинация.

Источник: https://mmocenter.ru/blog/promokod-1win-promokody-1vin-pri-registracii-na-segodnya/

m1WIN2024Emils

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular stories

“ৱহ গানা শুননে কে লিয়ে তড়প ৰাহা থা”: অটল-ভূপেন সম্বাদ

সংস্কৃতিয়ে নামানে কোনো ৰাজনৈতিক পৰিসীমা, সংস্কৃতিয়ে কয় মানুহৰ মিলনৰ কথা। এই কথা উপলব্ধি কৰি তেতিয়া বাজপেয়ীয়ে ভূপেনদাক ভূয়সী প্ৰশংসা কৰি কৈছিল,...

কিশোৰ কুমাৰৰ সৈতেঃ ড° ভূপেন হাজৰিকা

১৯৭৩ চনৰ ১১ জুনত ড° ভূপেন হাজৰিকাই কিশোৰ কুমাৰৰ বোম্বে (এতিয়াৰ মুম্বাই)ৰ ঘৰত...

পুলক গগৈ: স্মৃতি সুঁৱৰি

এগৰাকী প্ৰতিষ্ঠিত আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ ডাঙৰীয়া যোৱা ১২ নৱেম্বৰৰ দিনা আমাৰ মাজৰপৰা আঁতৰি যায়। অসমীয়া কলাশিল্প আৰু...