Articles

  • Noi: The Journey Within
    Taking a nonlinear narrative approach, the Director Reema Borah creates an obscured layer, for the audience to connect the dots. When the journey comes full circle, it displays certain traits of surrealism. The film Noi by director Reema Borah in Assamese language, digs beneath the superficial layers of facade, and touches upon some of the […]
  • পুলক গগৈ: স্মৃতি সুঁৱৰি
    এগৰাকী প্ৰতিষ্ঠিত আৰু অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী, চলচ্চিত্ৰ পৰিচালক পুলক গগৈ ডাঙৰীয়া যোৱা ১২ নৱেম্বৰৰ দিনা আমাৰ মাজৰপৰা আঁতৰি যায়। অসমীয়া কলাশিল্প আৰু চলচ্চিত্ৰ জগতলৈ তেখেতৰ অৱদান অতুলনীয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্তিৰেও তেখেতে অসমীয়া চলচ্চিত্ৰ জগতক গৌৰৱান্বিত কৰি থৈ গৈছে। বিভিন্ন সমাজ সচেতনমূলক আৰু সংবেদনশীল বিষয়বস্তুৰ ভিত্তিত চলচিত্ৰ নিৰ্মাণ কৰা পুলক গগৈয়ে কলাত্মক দৃষ্টিভংগীৰ বাবে সাংস্কৃতিক জগতত এক […]
  • Sanak Review: Good Action, shoddily written Script
    At a time when Hollywood appears of putting an end to James Bond, Bollywood finds its own version of Die-Hard, by replacing Bruce Willis with muscleman Vidyut Jammwal. Well, there is no harm in making an unacknowledged adaptation of a foreign film, which could also be termed as heavily inspired. But what hinders the plot […]
  • ‘শ্বেৰনী’: বাঘ-মানুহৰ সংঘাত আৰু অন্যান্য
    ছবিখনৰ এটা দৃশ্যত কোৱা হয়- বিকাশৰ বাবে পৰিৱেশ কিমান দিনলৈ ধ্বংস কৰা হ’ব, আৰু কেতিয়া আমি বিকাশ আৰু প্ৰকৃতি (Development and Environment) দুয়োটাৰে সহাৱস্থান দেখিবলৈ পাম। তদুপৰি ছবিখনে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতীয় সমাজত নাৰীৰ স্থানৰ ওপৰত। পৰিচালক অমিত মাচুৰকাৰে তেওঁৰ পূৰ্বৰ ছবি ‘নিউটন’ৰদ্বাৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। নৱ্য-বাস্তৱবাদৰ বহুকেইটা লক্ষণ পৰিলক্ষিত […]
  • The Family Man 2: এক পৰ্যালোচনা
    আন ৱেব ছিৰিজৰ দৰে এইখনে পূৰ্বৰ অধ্যায় টানি আনিবলগীয়া হোৱা নাই, বৰঞ্চ পূৰ্বৰ মুখ্য চৰিত্ৰসমূহ একে ৰাখি, এক সম্পূৰ্ণ নতুন কাহিনী, চৰিত্ৰ আৰু পটভূমিৰে ৱেব ছিৰিজটো আগবাঢ়িছে। ২০১৯ চনত আমাজন ইণ্ডিয়াৰদ্বাৰা প্ৰচাৰিত হোৱা ‘The Family Man’ নামৰ ৱেব ছিৰিজখনে দৰ্শকৰপৰা ব্যাপক সঁহাৰি লাভ কৰিছিল। আমাজন ইণ্ডিয়াৰ মুখ্য আকৰ্ষণ বুলি ক’ব পৰা এই ছিৰিজখনক ইয়াৰ বলিষ্ঠ […]